🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 ২৩ চ'ত ,সোমবাৰ,ইং ০৬ এপ্ৰিল ২০২০।
সূৰ্য্যোদয় ঘ:৫/১০/৪০সূৰ্য্যাস্ত ঘ:৫/৪০/৩২
ৰাশি - সিংহ ৰাশি। স:ঘ- ৫/৩২/৪৫ যোৱাত কন্যা ৰাশি।
তিথি - শুক্লা ত্ৰযোদশী।ঘ: ৩/৫১/৪৯ লৈ।
নক্ষত্ৰ - পূৰ্বফাল্গুনী, ঘ:১২/১৬/৩২ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - দক্ষিণ দিশত নাই ।ঘ: ৩/৫১/৪৯ যোৱাত পশ্চিম দিশত নাই।
যোগিনী - দক্ষিণ দিশত ।ঘ: ৩/৫১/৪৯ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ - নাই । ৰা:ঘ: - ১২/১৬/৩২ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য - বেঙেনা, খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,লগতে কৰ্মত সফল হোৱা আৰূ সন্মান বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত অশান্তি বাঢ়িব পাৰে, লগতে কৰ্মত সজাগ নহলে আনৰ আবিশ্বাসী হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধা আহিব পাৰে, যদিও কিনা বেছাত শুভ, লগতে ভাতৃৰ উন্নতি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব লগতে উত্তম ভোজন লাভৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, আনৰ সহায় লাভ কৰিব, যদিও মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ব্যয় বাঢ়িব, লগতে কৰ্মত সজাগ নহলে অপমানিত হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ, সমস্যাৰ সমাধান হব, যদিও কৰ্মত।সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় বাঢ়িব, কৃষক সকলৰ দু:খ বাঢ়িব, সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, মনৰ আশা বাঢ়িব, যদিও কৰ্মত সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত শুভ সংবাদ লাভ হব, বিদ্যাৰ্থী সকলৰ শুভ, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, পাৰিবাৰিক আনন্দ বাঢ়িব, লগতে জ্ঞান লাভ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ