জীৱনৰ অৰ্থ কি

Rinku Rajowar
1
জীৱন এটা সুযোগ
ইয়াৰ দ্বাৰা উপকৃত হোৱা
জীৱন মানে সৌন্দৰ্য
ইয়াক প্ৰশংসা কৰা
জীৱন এটা সপোন
ইয়াক অনুভৱ কৰা
জীৱনটো হৈছে এটা প্ৰত্যাহবান
তাক সাক্ষাৎ কৰা
জীৱনটো এটা দায়িত্ব
ইয়াক পালন কৰা
জীৱনটো এটা খেল
তাত খেলা
জীৱন এক প্ৰতিশ্ৰুতি
ইয়াক পূৰণ কৰা
জীৱন মানে বিষাদ
ইয়িক অতিক্রম কৰা
জীৱন হৈছে এক সংগ্ৰাম
তাক গ্ৰহণ কৰা ।

📝 অনু পাটনায়ক 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment