আজিৰ আপোনাৰ দিনটো ০৪ এপ্ৰিল ২০২০

Rinku Rajowar
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২১চ'ত , শনিবাৰ,ইং ৪এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/১২/৩৯সূৰ্য্যাস্ত ঘ:৫/৩৯/২৯

ৰাশি - কৰ্কট ৰাশি। স:ঘ- যোৱাত সিংহ ৰাশি।
তিথি - শুক্লা একাদশী।ৰা:ঘ: ১০/৩০/৪০ লৈ।
নক্ষত্ৰ  - পুষ্যা অশ্লেষা,স: ঘ:৫/৯/২ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - অগ্নি কোনত নাই ।ৰা:ঘ: ১০/৩০/৪০ যোৱাত নৈঋত কোনত নাই।
যোগিনী -  অগ্নি কোনত  ।ৰা:ঘ: ১০/৩০/৪০ যোৱাত নৈঋত কোনত ।
মৰণত দোষ - এপদ । ৰা:ঘ: - ১০/৩০/৪০ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য -  পূৰৈ শাক, উৰহী খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, যশস্যা লাভ হব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, যশস্যা লাভ হব, লগতে কৰ্মত শুভ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব যদিও সামান্য জতিলতা বাঢ়িব, লগতে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও মনত সামান্য চিন্তা /ভয় বৃদ্ধিৰ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বৃদ্ধি হব, বন্ধু লাভ হব লগতে হঠাৎ প্ৰাপ্তিৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত এলাহ বাঢ়িব, ধন আগমন বাঢ়িব, লগতে মনত শান্তি বৃদ্ধিৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনোবাঞ্চা পূৰণ হব, লগতে কৰ্ম ব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, কনিষ্ঠ পৰা শান্তি পাৱ,  লগতে প্ৰেম আৰু কৰ্মত শুভ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ যদিও শৰীৰত সামান্য ৰোগে কষ্ট দিব পাৰে।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত  স্বাস্থ্যৰ উন্নতি হব,যদিও মনত সামান্য হতাশা বাঢ়িব পাৰে লগতে দ্ৰব্য হানি হোৱাৰ  যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত এলাহ বাঢ়িব পাৰে, মনত সামান্য অশান্তি বাঢ়িব পাৰে, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং- 9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)