সৰা পাতৰ সোঁৱৰণী

Rinku Rajowar
0
অহা বাটে গুচি গ'ল অভিমানী ফাগুনী ,
সৰা পাতবোৰ এতিয়া সোঁৱৰণী ।
বাদামী সাজ পিন্ধি  লাজুকী বোৱাৰী 
হ'ল  লঠঙা হাবি খনি।
আশাবোৰ ফুলৰ পাপৰি হৈ  
বতাহতে ৰ'ল উঁটি-ভাঁহি।
আৱেগবোৰ অলি হৈ 
আশে-পাশে গুণ্-গুণাই থাকিল
ওৰেটো বসন্তৰ ৰাতি।

📝প্ৰবিন দত্ত, শিৱসাগৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)