বন্ধক

Rinku Rajowar
0
বন্ধকত দিলো
হালৰ গৰু

পেটৰ জুই
নিবাৰণ হ'ল

বন্ধকত থলো
তলিফুটা জীৱন 

অংক খেলিমেলি
পিয়াহত  ঢাকোন

মাক্সত  আয়ুস
এৰাতি দুৰাতি

জীয়া জীৱনলৈ
কতনা বাট ...

📝 ৰীতা গোৱালা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)