আজিৰ আপোনাৰ দিনটো ৩০ এপ্ৰিল ২০২০

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                     
১৭ বহাগ, বৃহস্পতিবাৰ,ইং ৩০এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৪/৪৪সূৰ্য্যাস্ত ঘ:৫/৪৫/৪০

ৰাশি -   কৰ্কট ৰাশি।
তিথি - শুক্লা সপ্তমী।ঘ:৯/৪৮/৪৯ লৈ।
নক্ষত্ৰ  - পূষ্যা , ৰা:ঘ: ৮/২৭/২২লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - বাযু কোনত নাই । ,ঘ:৯/৪৮/৪৯ যোৱাত ঈশান কোনত নাই।
যোগিনী - বাযু কোনত  । ,ঘ:৯/৪৮/৪৯ যোৱাত ঈশান কোনত।
মৰণত দোষ -  এপদ। ৰা:ঘ: ৮/২৭/২২ যোৱাত নাই।
ভক্ষাভক্ষ্য -  নাৰিকল, তাল , মাছ মাংস খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মৰম লাভ কৰিব, বন্ধু লাভ হব , যদিও শত্ৰু ভয় বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৃষি কৰ্মত শুভ, যদিও সামান্য আত্মীয়ৰ চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ কৰিব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, ব্যস্ততা বাঢ়িব, যদিও সজাগ নহলে শৰীৰত সামান্য ক্ষতি হোৱাৰ  যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হব, বন্ধু লাভ হব, যদিও মনত সামান্য উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হব , ধন মান লাভ হব, লগতে ভ্ৰমনত শুভ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব,  মনত উৎসাহ বাঢ়িব, যদিও দেহত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ, সুখ বৃদ্ধি হব, লগতে অৰ্থ আগমন হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আপোন জনৰ সহাৰি পাৱ, প্ৰেম আৰু কৰ্মত শুভ, লগতে সঞ্চয় বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুযোগ লাভ হব, কৰ্মদক্ষতা বাঢ়িব, যদিও সামান্য শৰীৰত ৰোগ  বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত  বন্ধু লাভ হব, যদিও মনত নৈৰাশ ভাৱ বাঢ়িব পাৰে, লগতে যাত্ৰাত সামান্য বিঘিনী হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, সমস্যাৰ সমাধান হব, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪
যোগাযোগ -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)