নিজস্বতাৰে জীয়াবলৈ
সপোনৰ জখলাৰে আকাশ চাবলৈ...
কিন্তু বাৰে বাৰে কিয় কৰা হয় হত্যা
আমাৰ সপোনবোৰক.....
তোমালোকৰ দুখত
আমিবোৰ সমভাগী হওঁ
ভাগৰত ছাঁ
তৃষ্ণাৰ পিয়াঁহ.....
তাৰ পিছতো মাৰি পেলোৱা হয়
আমাৰ সপোনবোৰক
নিজ স্বাৰ্থসিদ্ধিৰ বাবে।
আমিবোৰ মাথোঁ সাক্ষী হৈ ৰওঁ
নিমাত, নিৰ্বিকাৰ.....
📝দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ