মোৰ ভোকৰ ভূগোলৰ পৃষ্ঠা

©Admin
0
হে ভোক
তুমি মোক বৰণ কৰা

পেটৰ গামোচাৰ গাঁঠিটোতনো
কিমান কাল ৰাখিম
মোৰ ভোকৰ ভূগোলৰ পৃষ্ঠা

নিন্দা নহয়
 চৰ্চা হ'ব বিচাৰো

হে ভোক
তুমি মোক বৰণ কৰা ।


📝ৰীতা গোৱালা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)