আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                        ৬ বহাগ ,ৰবিবাৰ,ইং ১৯এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/২/৫৪সূৰ্য্যাস্ত ঘ:৫/৪১/২৯

ৰাশি - কুম্ভ ৰাশি। শে:ৰা:ঘ: ৩/৪৩/২৬ যোৱাত  মীন ৰাশি। 
তিথি - কৃষ্ণা দ্বাদশী ,ৰা:ঘ: ১/৬/৩৬ লৈ।
নক্ষত্ৰ  - শতভিষা , প্ৰা:ঘ:৭/৪৭/২৭ লৈ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা - নৈঋত কোনত নাই। ৰা: ঘ: ১/৬/২৩ যোৱাত দক্ষিণ দিশত নাই ।
যোগিনী - নৈঋত কোনত । ৰা: ঘ: ১/৬/২৩ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - দ্বিপদ, প্ৰা:ঘ:৭/৪৭/২৭ যোৱাত পূৰ্ণ দোষ ।
ভক্ষাভক্ষ্য - পূৰৈ শাক  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সন্মান বৃদ্ধিৰ হব, প্ৰেম আৰু কৰ্মত শুভ, যদিও সামান্য খৰছ বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বিবাদ নিস্পত্তি হব, প্ৰেমত শুভ, যদিও মনত সামান্য অশান্তি হোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ধন প্ৰাপ্তি হব,  লগতে মনত আনন্দ বৃদ্ধিৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, ধন প্ৰাপ্তি হব, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ শান্তি হব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও মনত সামান্য ভয় বৃদ্ধিৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, বিদ্যাত সুনাম বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ আনন্দ হব, যদিও সজাগ নহলে মনোমালিন্য হব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, প্ৰেমত শুভ, যদিও সামান্য পৰিশ্ৰম বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত নতুন যোগাযোগ হব, আত্মীয়ৰ আগমন হব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দাম্পত্য সুখ বাঢ়িব, লগতে ধন মান বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
যোগাযোগ -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)