চেনেহৰ বিহুটিক আদৰাৰ মনেৰে

Rinku Rajowar
0
চাওতে চাওতে বিহুটি আহি পদূলি পালেহি
অসমীয়া ৰাইজৰ গা সাতখন আঠখন
ঘৰে ঘৰে তাঁতশালৰ খিটখিটনি
চেনেহৰ চেনাইক বিহুৱান দিয়াৰ মনেৰে সকলো ব্যস্ত
প্ৰকৃতিয়েও পুৰণি সাজ সলায় ন সাজ পিন্ধিছে
চাৰিওদিশে কেৱল সেউজীয়া আৰু সেউজীয়া
গছৰ ডালত চৰাইয়েও গীত জুৰিছে
বিহু অহাৰ আগজাননী পায়
কপৌ নাহৰ তগৰেও পুষ্পৰে সজাইছে
বিহুটিক আদৰাৰ মনেৰে।

         📝ময়ুৰী ৰাজোৱাৰ,
           শিৱসাগৰ,নাজিৰা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)