সৌন্দৰ্য‍্য

Rinku Rajowar
0
আজি শিৰিষৰ ডালত
কুলি টিক দেখিলো 
কু কু কৰি ৰজ্নজনাই ফুৰিছে ।
প্ৰেমৰ গীত গাই গাই
মিনিৰ মন মোহিত কৰিছে ।

শ্যামল ৰঙৰ মাজত 
লাল পাড়ী শাৰীয়ে,
বগা বদনত জিলিকি  উঠিছে ।
ডালিমগুটিয়া দাঁতত
তামোলৰ ৰঙে ,
শুভ্ৰ মুখৰ শোভা বঢ়াইছে ।

মনত কত'যে দুখ 
বান্ধি ৰাখি ,
হাঁহি মুখে
সমস্ত জীৱন চাহ গছক
অৰ্পন কৰিছে ।

📝 নবীন চন্দ্ৰ কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)