আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                        ৮ বহাগ ,মঙ্গলবাৰ,ইং ২১এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/১/৫সূৰ্য্যাস্ত ঘ:৫/৪২/২৫

ৰাশি -   মীন ৰাশি। 
তিথি - কৃষ্ণা চতুৰ্দ্দশী, অহোৰাত্ৰ।
নক্ষত্ৰ  - উত্তৰভাদ্ৰপদ , ঘ:১২/৫৭/৩৭ লৈ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা - পশ্চিম দিশত নাই ।
যোগিনী - পশ্চিম দিশত ।
মৰণত দোষ - দ্বিপদ।
ভক্ষাভক্ষ্য -  মাছ মাংস, মাটিমাহ  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সঞ্চয় বাঢ়িব, লগতে প্ৰাপ্তিৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেম আৰু কৰ্মত শুভ, বিবাদ নিস্পত্তি হব, যদিও সজাগ নহলে বিবাদত ক্ষতি হোৱাৰ যোগ দেখা য়ায।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত 
প্ৰেমত শুভ, কৰ্মত সফল হব যদিও  মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, পদমৰ্য্যদা বাঢ়িব, লগতে জ্ঞান লাভ হোৱাৰ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুমোগ লাভ কৰিব, লগতে আত্মীয়ৰ সুখ বৃদ্ধিৰ যোগ দেখা যায।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ পৰিবৰ্তন হব, ছোৱালী সকলৰ সুনাম বাঢ়িব লগতে প্ৰাপ্তিৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত  সৌভাগ্য বৃদ্ধি হব, সমস্যাৰ সমাধান হব, যদিও মনত সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, আনৰ মৰম লাভ কৰিব, লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, যদিও বিবাদৰ পৰা আতৰি থাকক।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, যদিও সজাগ নহলে আনৰ নিন্দদিয় হোৱাৰ যোগ দেখা যায়। 

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সুখ লাভ হব, সমস্যাৰ সমাধান হব, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, মনটো সামাজিক হব, লগতে প্ৰাপ্তিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)