জীৱনলৈ নতুন ৰং আমাৰ ৰঙালী বিহুটি

Rinku Rajowar
0
বতাহৰ শুৰ শুৰনিয়ে
আনিলে বহাগীৰ আগমনৰ কথা
বহাগী আহি পিন্ধালেহি ধুনীয়া ধৰণীক সেউজীয়া সাজ পাৰ
কুলীৰ শুৱলা মাতে সৈতে কপৌফুলে জনালে
ৰঙীন বহাগীৰ আগমনৰ বতৰা
কুলি কেতেকীয়ে আহি গীত জুৰিছেহি
নাছি উঠিছে এই ধুনীয়া বিশ্ব
নতুন ৰঙীণ সাজ পিন্ধি
ৰঙীন সাজ পিন্ধি বহাগীয়ে
আগমন দিছে ৰঙালী বিহুৰ বতৰা

📝 অনু পাটনায়ক


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)