আ-বতৰ

©Admin
0


সীঁ পেলোৱা কাকতত তৰ্ক

বাটৰুৱাজন কেঁকুৰিতে ৰ’ল

মোৰ ভগা পাচিটোৱে আজি শুই উঠিছে

গোহালিত ডাৱৰ

ককবক কৰি উঠি আহি দেখিলোঁ

পুখুৰীৰ পানী তল পৰিল

আকৌ গোমোঠা বতৰ

বহাগ আহক

যুদ্ধৰ মাজত মানুহ শুই উঠে জানো?


📝নাৰ্জী মৌচুম শৰ্মা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)