মোৰ বন্ধু

©Admin
0
 
   আজিহে মই
   মোৰ প্ৰকৃত বন্ধুজন
    লাভ কৰিলো ৷
   যিয়ে জানিছিল মোৰ
   আপাদ মস্তক
   আনকি মোৰ দুৰ্বলতাও  ৷
  
   জীৱন সংগ্ৰামৰ
   সুবিধা , অসুবিধা , সপোন
   দিঠক , সকলোতে 
   বন্ধুৰ সহায়ৰ হাত  ৷
   
   মইও বন্ধুলৈ
   আগবঢ়াই দিলো দুহাত
   তেতিয়াই মই বুজিলো
    সঁচায়ে মই এজন
    প্ৰকৃত বন্ধু পালো   |


 📝প্ৰতিষ্ঠা প্ৰিয়দৰ্শিনী
   চেইন্ট জোচেফ স্কুল
                  মিৰ্জা  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)