আজি দিনটোৰ বিশেষত্ব ২১ মে'

©Admin
0
■আজি সন্ত্ৰিহবাদ বিৰোধী দিৱস।

■ ৪২৮ খ্ৰীষ্টপূৰ্ব গ্ৰীক দাৰ্শনিক আৰু শিক্ষাবিদ প্লেটোৰ এথেন্সত জন্ম।

■ ১৮১৯ আমেৰিকাৰ নিউয়ৰ্কত প্ৰথম বাইচাইকেলৰ প্ৰচলন।

■১৮৫০ বিশিষ্ট সংস্কৃত পণ্ডিত , অসমৰ প্ৰথম আই চি এছ আনন্দৰাম বৰুৱাৰ জন্ম।

■১৮৮৫ ৰাজনীতিবিদ ছৈয়দ মহম্মদ ছাদুল্লাৰ জন্ম।

■১৯০৪ ফিফা (FIFA) গঠন  

■১৯৯১ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰাজীৱ গান্ধীৰ বোমা বিস্ফোৰণত মৃত্যু।

■১৯৯৪ সঙস্মিতা সেন প্ৰথম ভাৰতীয় ৰূপে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন।

■২০০৯ নেপালৰ আপা ছেৰপাৰ ১৯ বাৰ এভাৰেষ্ট আৰোহণ কৰি ইতিহাস ৰচনা কৰে।

■২০১৭ আই পি এলত মুম্বাই ইণ্ডিয়ান চেম্পিয়ন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)