মা - এটি মমতাময়ী কৰুণ কাহিনী,খণ্ড - ০৪

©Admin
0

দেৱে মাকক লৈ ঘৰ আহি পালেহি মাকে গাড়ীৰ পৰা নামি পোনে পোনে নিজৰ কোঠাত গৈ সোমাই নামাজ পঢ়িবলৈ ধৰিলে পাছে পাছে দেৱ ঘৰত সোমাই নামাজ পঢ়াৰ শব্দ শুনিলে সি ভালকৈ মন কৰে " অ এয়া দেখােন মাৰ মাত "সি মনে মনে মাকৰ কোঠাত গৈ সোমাই দেখি অবাক হৈ পৰে মাকলৈ তীক্ষ্ণ দৃষ্টিৰে চাই " মা তই মুমু- মুছলমান এইকাৰণে দেউতাই আপোনাক বিয়া নকৰালে " দেৱলৈ মাকে নিজকে হীন দৃষ্টিৰে চাই চকু লুকাই " সোণ মোক ক্ষমা কৰা মই পিতৃৰ মৰম দিব নোৱাৰিলো আচলতে মই মুছলমান হোৱাটো আটাইতকৈ ডাঙৰ অপৰাধ " বুলি কৈ দীঘলীয়া উশাহ টানিলে ৷ দেৱে লাহেকৈ মাকৰ কাষত বহি হাতদুখনত ধৰি " মা মুছলমাননে কি হিন্দুৰ সৈতে বিয়া হব নোৱাৰে নেকি ? মাকে তাৰ মুৰত হাত ফুৰাই  ক'লে " পাৰে অ সোণটো তোৰ আইতা নিচিনা মানুহে এই জাতিধৰ্মৰ উচ্চ নীচ্চ ভেদভাব কৰে " দেৱে নৱজাকত টোক কোচত তুলি লৈ ক'লে " হিন্দু , মুছলমান , খ্ৰীষ্টিয়ান , এই কোনো ধৰ্মতে নাথাকিব মোৰ ভাই এজন ইন্দিয়ান হব মই আজি প্ৰতিজ্ঞা কৰিছো এই প্ৰকৃতিক সাক্ষী কৰি ৷

                    আগলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)