আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
৪জেঠ, সোমবাৰ,ইং ১৮মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪৪/১৪সূৰ্য্যাস্ত ঘ:৫/৫৪/১৪

ৰাশি -     মীন ৰাশি ।
তিথি - কৃষ্ণা একাদশী।ঘ:৩/২৯/৩৬লৈ।
নক্ষত্ৰ  - উত্তৰভাদ্ৰপদ।ৰা: ঘ: ৮/৯/৩০লৈ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা - অগ্নি কোনত নাই । ,ঘ:৩/২৯ /৩৬  যোৱাত নৈঋত কোনত নাই।
যোগিনী - অগ্নি কোনত  । ,ঘ:৩/২৯ /৩৬  যোৱাত নৈঋত কোনত ।
মৰণত দোষ - নাই।ঘ: ৩/২৯/৩৬ যোৱাত এপদ।
ভক্ষাভক্ষ্য - ওৰহী, পূৰৈশাক খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সম্পদ লাভ, মনত আনন্দ বাঢ়িব, লগতে সামান্য কৰ্মপৰিবৰ্ত হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, কৰ্মত সফল হব, লগতে সমস্যাৰ সমাধান  হোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  আনৰ সহায় লাভ হব, সন্মান বাঢ়িব, লগতে আলহীৰ আগমন  হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত জেষ্ঠ্য জনৰ সহায় লাভ কৰিব, কৰ্মত উন্নতি হব, লগতে কৰ্মত দ্বাযিত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, যশস্যা বাঢ়িব, লগতে জ্ঞান লাভ  হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ সহায় লাভ কৰিব, ধন মান লাভ হব, যদিও মনলৈ সামান্য হতাশাৰ ভাৱ অহাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ক্ৰীড়াত শুভ, যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে এলাহ ভাৱ বৃদ্ধিৰ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, লগতে ভ্ৰমনৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হব, যদিও মনত সামান্য অশান্তি হব পাৰে, লগতে সজাগ নহলে বুদ্ধি ভষ্ট হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব পাৰে, যদিও প্ৰেমত সামান্য বাধা আহিব পাৰে, লগতে সামান্য মনৰ আশা ত্যাগ  হোৱাৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, মনৰ আশা বাঢ়িব, লগতে সামান্য মানসিক চিন্তা  বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুনৰ হব, শত্ৰু হানি হব যদিও সামান্য মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকবাৰী, গুৱাহাটী -১৪



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)