আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৮ জেঠ , সোমবাৰ,ইং ১ জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪১/১৪ সূৰ্য্যাস্ত ঘ:৫/৫৯/৫৬

ৰাশি -   কন্যা ৰাশি।
তিথি - শুক্লা দশমী।ৰা:ঘ: ১২/৩/২লৈ।
নক্ষত্ৰ  - হস্থা ,ৰা:ঘ: ৯/৭/২২ লৈ।
আদ্যঋতু হলে -  বেশ্যা যোগ।
যাত্ৰা - উত্তৰ দিশত নাই। ঘ: ১২/৩/২ যোৱাত অগ্নি কোনত নাই ।
যোগিনী - উত্তৰ দিশত । ঘ: ১২/৩/২ যোৱাত অগ্নি কোনত ।
মৰণত দোষ - নাই ।
ভক্ষাভক্ষ্য -  কলমৌ ,উৰহী খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, মনৰ আশা পুৰণ হব, যদিও চোৰৰ পৰা সজাগ থাকিব।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব, স্থান পৰিবৰ্তন হব, যদিও সামান্য আৰ্থিক দিশত সমস্য হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ কৰিব, প্ৰেমত শুভ, লগতে ৰোগাৰোগ্য  হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, সঞ্চয় বৃদ্ধি হব, যদিও মনত সামান্য অশান্তি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু মিত্ৰ হব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ  যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, আনৰ সহায় লাভ হব, লগতে প্ৰাপ্তিৰ  যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত নতুন আচনি গ্ৰহণ হব, লগতে উত্তম ভোজন লাভ  হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত অভিমান বাঢ়িব, যদিও খৰছ সামান্য বাঢ়িব লগতে কৰ্মত সামান্য।জতিলতা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিৱৰ্তন হব, প্ৰেমত শুভ, যদিও সজাগ নহলে সিদ্ধান্ত গ্ৰহণত সামান্য খেলিমেলি  হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব, যদিও মনত সামান্য ভয় আৰু উদ্বেগ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ, যদিও সামান্য খৰছ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, লগতে আত্মীয়ৰ আগমন হব যদিও সজাগ নহলে ছোৱালী সকলে সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)