তেওঁ মোৰ প্ৰেৰণা আছিলে

Rinku Rajowar
0
জীৱন সংগ্ৰামত তেওঁ দিছিল সহাৰি
দিছিলে মোক নতুন সওা,
দিছিলে মোক সপোন ভৰা আশা 
দিছিলে জীয়াই থকাৰ প্ৰেৰণা,
       জীৱনৰ পৰা কেনেকৈ হেৰাই গ'ল 
মোৰ জীয়াই থকাৰ প্ৰেৰণাবোৰ,
কোনে দিলে ইমান প্ৰেৰনা
কোনে নিলে হৃদয় ভৰা প্ৰেৰণা , 
নিস্বাৰ্থ প্ৰেৰণা কৰি থৈ গ'ল 
মোৰ জীৱন মৰুভূমি,

📝ৰফিকুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)