কৃচ্ছসাধনাৰ স্তৰ

Rinku Rajowar
0
গছবোৰ 
জীৱন আছিল 

গছবোৰ 
গুহা, বল্কল
আৰু ভোক হ'ল

গছবোৰ 
দেৱতা আছিল 

গছবোৰ 
বিজ্ঞান হ'ল

গছবোৰত
স্বাৰ্থপৰতাৰ আকাশ
সজা হ'ল

গছবোৰ পশ্চাৎ
আমাৰ 
মৃত্যু হ'ব।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)