ঘৰ

Rinku Rajowar
0
দুই কোঠালিৰ পঁজাটি
জহি খহি যাব ধৰিছে
বগা চাহাবৰ দিনতেই বনোৱা
আজিও একেই ৰূপতেই আছে।
কেতিয়াবা কোম্পানীৰ চাহাবৰ
হুকুমত চূণ ৰঙৰ প্ৰলেপ সানি দিয়ে
পচিবলৈ ধৰা আলয়ৰ
আচবাব বোৰ সলনি কৰে ।
তাহানিৰেই পৰা থাকিবলৈ
লোৱাৰ পৰাই আজিও
একেধৰণেই আছে।
সুখ-দুখৰ আজন্ম লগৰী
হেঁপাহৰ মৰমৰ সেইটি
আজিও জীৱন সংগ্ৰামৰ
যেন শেষ আশ্ৰয়ৰ থলী।

নবীন কুৰ্মি, সাপেখাতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)