স্বদেশ প্ৰেম

©Admin
0

জয় জয় জননী অসম মাতৃ 
জয় জয় জননী অসম মাতৃ
কৰিম তোমাক সেৱা
কৰিম তোমাক পুজা
মই অসম ৰাজ্যৰ
অসমীয়া গৌৰব কৰিম প্ৰখৰ
মই চাহ জনগোষ্টীৰ ভবিষ্যৎ কৰিম উজ্জাল।
জগাই তুলিম শ্ৰমিক মনক 
বিশ্বত মহান কৰিম অসমৰ চাহ বাগানক
হ'লেও বণুৱা ভাই ভনী মজদুৰ 
আমাৰো থাকিব লাগে দৃষ্টি প্ৰচুৰ 
মনৰ দৃঢ়তা নেৰিম আমি
দেশ পুজাৰ বাবে যাম নামি
ভাৰতীয় চৰনৰ পুজাৰ বেদী 
প্ৰয়োজন হ'লে কৰিম জীৱন দান ।
ফুল অঘ্য হৈ উছৰ্গা দিম
জাতি -ভাষা জাননী পুজা সদায় কৰিম।
জাতিৰ পুজা সদায় কৰিম ।।
মানুহৰ বাবে সেৱা সদায় কৰিম।।


📝বিনোদ চেৰো 
উমাতাৰা চাহ বাগিছা
ডিব্ৰুগড় জিলা,অসম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)