Home দীপাৱলী কুৰ্মি নিষিদ্ধ সময়ৰ কথা নিষিদ্ধ সময়ৰ কথা personRinku Rajowar May 05, 2020 0 share শব্দৰ প্ৰাচীৰ গাঁথি গাঁথি মই বন্দী কৰোঅনুভৱখিনিকগগনচুম্বী মনটোক লেকামেৰে বান্ধিজিকাফুলীয়া হাঁহি এটি পিন্ধোসেওঁতাত আঁকোসপোনৰ বাসনা।দুখবোৰে উচুপনিতবিষাদৰ নৈ বোৱায়নিষিদ্ধ সময়খিনিত মইয়ো পিন্ধোনীলা বৰণৰ পোছাক।📝 দীপাৱলী কুৰ্মি Tags কবিতাদীপাৱলী কুৰ্মি Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ