আজিৰ দিনটোৰ বিশেষত্ব ১৪ মে'

©Admin
0
■ ইজৰাইলৰ স্বাধীনতা দিৱস।

■পাৰাগুৱেৰ স্বাধীনতা দিৱস।

■১৮১১ পাৰাগুৱেৰ স্বাধীনতা দিৱস।

■১৯৪৮ আজি ইজৰাইলৰ স্বাধীনতা দিৱস।

■১৯৭৩ মহাকাশ ষ্টেচন "স্কাইলেৱ -১'ৰ সফল উৎক্ষেপণ।

■২০০১ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে জয়া ললিতাৰ কাৰ্যভাৰ গ্ৰহণ।

■২০০৫ বিশিষ্ট অসমীয়া সাহিত্যিক, শিক্ষাবিদ"ছোভিয়েট দেশ নহেৰু বঁটা''প্ৰাপক চিদানন্দ শ‍ইকীয়াৰ মৃত্যু।

■২০১০ মেডিকেল কাউন্সিল অৱ ইণ্ডিয়া ভংগ।

■২০১০ অবৈধ শিক্ষক কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন মন্ত্ৰী ভবেন বৰুৱাৰ কাৰাগাৰলৈ ।

■২০১৩ বিশিষ্ট লেখক আজগৰ আলী ইঞ্জিনীয়াৰৰ মৃত্যু।

■২০১৭  ফ্ৰান্সৰ নতুন ৰাষ্ট্ৰপতি ইমানুৱেল মাঁকৰ।৩৯ বছৰীয়া মাঁকৰ ফ্ৰান্সৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)