লিমাৰিক

©Admin
0

                (০১)
ভকৰি খালী নকৰিবা হৈ দানবীৰ
নিজৰ জীৱনেই হৈ পৰিব স্থৱিৰ
যেতিয়া ৰোগীয়া হ'বা 
আওমৰণে মৰিবা
কৰিলেহে লেন-দেন চিনিবা মিতিৰ।
                   (০২)
সোমোৱাই দিলেও মূৰ বলীশালত
নপৰিবা বিশ্বাস ঘাটকৰ জালত
যাবা যেতিয়া পাহৰি
বজাই দিব চাপৰি 
খুটি পুতিলৈ সেয়ে নপৰিবা খালত।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)