আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৬ জেঠ , শনিবাৰ,ইং ৩০ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪১/২৩ সূৰ্য্যাস্ত ঘ:৫/৫৯/১৪ 

ৰাশি -  সিংহ ৰাশি।
তিথি - শুক্লা অষ্টমী।ৰা:ঘ: ৪/৪৫/১৯ লৈ।
নক্ষত্ৰ  - পূৰ্ব্বফাল্গূনী ,ৰা:ঘ: ১২/২২/৪১  লৈ।
আদ্যঋতু হলে -  কান্তা  যোগ।
যাত্ৰা - ঈশান কোনত নাই।  ৰা: ঘ: ৪/৪৫/১৯ যোৱাত পূৱ দিশত নাই ।
যোগিনী - ঈশান কোনত ।  ৰা: ঘ: ৪/৪৫/১৯ যোৱাত পূৱ দিশত  ।
মৰণত দোষ - এপদ । ৰা: ঘ ১২/২২/৪১ ত্ৰিপদ নাই।
ভক্ষাভক্ষ্য -  নাৰিকল, মাছ মাংস খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগত ভ্ৰমনৰ সুযোগ লাভৰ  যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ,ভ্ৰমনৰ সুযোগ লাভ কৰিব, লগতে শুভ সংবাদ লাভৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হব পাৰে, সন্তানৰ চিন্তা বাঢ়িব, লগতে কৰ্মত সামান্য চিন্তা বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, প্ৰেম আৰু কৰ্মত শুভ, লগতে সন্মান লাভ  হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সামান্য জতিলতাৰ  হোৱাৰ  যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হহ, যদিও মনত সামান্য বিভ্ৰান্তিৰ সৃষ্টি হব পাৰে লগতে সজাগ নহলে সামান্য মিছা অপৱাদ পোৱাৰ  যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শৰীৰত সামান্য ৰোগে দেখা দিব পাৰে, সজাগ নহলছ বুদ্ধি নাশ হব পাৰে, যদিও প্ৰাপ্তিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু সহায় লাভ কৰিব, ভ্ৰমনৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনত সামান্য অশান্তি সৃষ্টি হোৱাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও সময় অৱাৱত ব্যয় হব পাৰে লগতে সজাগ নহলছ সামান্য গৃহ  আশান্তি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও মনত সামান্য ভয় বাঢ়িব পাৰে, লগতে মনত সামান্য অশান্তি  হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সমস্যাৰ সমাধান হব, সঞ্চয় বৃদ্ধি হব, যদিও বিবাদৰ পৰা আতৰি থাকক।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, ধন মান লাভ হব, যদিও আজি সামান্য ৰাজ ভয় বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)