আজিৰ দিনটোৰ বিশেষত্ব ৩০ মে'

Rinku Rajowar
0
■আজি ক্ৰোৱেচিয়াৰ ৰাষ্ট্ৰীয় দিৱস।

■১৭৪৪ ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ মৃত্যু।

■১৮৩২ গণিতজ্ঞ ইভাৰিষ্ট গেল'ৱাৰৰ মৃত্যু।

■১৯১২ বিজ্ঞানী উইলবাৰ ৰাইটৰ মৃত্যু।

■১৯১৯ জালিৱানবালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ''নাইট''উপাধি ত্যাগ।

■১৯৮১ বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ মৃত্যু।

■১৯৮৭ ভাৰতৰ ২৫তম ৰাজ্যৰূপে গোৱাৰ স্বীকৃতি।

■২০০১ বিভিন্ন দেশৰ ৰাজহুৱা স্থানত চিগাৰেট সেৱনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আইন প্ৰণয়নৰ নিৰ্দেশ।

■২০১৩ পঞ্চমবাৰৰ বাবে ড:মনমোহন সিং অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত।

■২০১৩ বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক ঋতুপৰ্ণ ঘোষৰ মৃত্যু।

■২০১৬ কংগ্ৰেছৰ দেৱব্ৰত শ‌ইকীয়া অসম বিধানসভাৰ বিৰোধী দলপতি হিচাপে নিৰ্বাচিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)