■আজি ক্ৰোৱেচিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
■১৭৪৪ ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ মৃত্যু।
■১৮৩২ গণিতজ্ঞ ইভাৰিষ্ট গেল'ৱাৰৰ মৃত্যু।
■১৯১২ বিজ্ঞানী উইলবাৰ ৰাইটৰ মৃত্যু।
■১৯১৯ জালিৱানবালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ''নাইট''উপাধি ত্যাগ।
■১৯৮১ বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ মৃত্যু।
■১৯৮৭ ভাৰতৰ ২৫তম ৰাজ্যৰূপে গোৱাৰ স্বীকৃতি।
■২০০১ বিভিন্ন দেশৰ ৰাজহুৱা স্থানত চিগাৰেট সেৱনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আইন প্ৰণয়নৰ নিৰ্দেশ।
■২০১৩ পঞ্চমবাৰৰ বাবে ড:মনমোহন সিং অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত।
■২০১৩ বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক ঋতুপৰ্ণ ঘোষৰ মৃত্যু।
■২০১৬ কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া অসম বিধানসভাৰ বিৰোধী দলপতি হিচাপে নিৰ্বাচিত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ