বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ,অনুসন্ধান - ০২

©Admin
0

ইয়াৰ পাছত সহজে গ্ৰহ , নক্ষত্ৰ বিচাৰি উলিয়াবলৈ ডোপলৰ তথ্যপ্ৰযুক্তিৰ ব্যৱহাৰ কৰে ইয়াৰ সহায়ত যিকোনো তৰাৰ ওচৰেপাজৰে থকা গ্ৰহৰ সন্ধান পাবলৈ তৰাৰ মাপ জুখিবলৈ প্ৰয়োগ কৰা হয় ৷ ফলত টিগাৰ্ডেন বি আৰু টিগাৰ্ডেন চি ৰ সন্ধান পোৱা যায় ৷

বৈজ্ঞানিক সকলৰ মতে টিগাৰ্ডেন বি ৰ পদাৰ্থৰ ভৰ পৃথিৱীৰ সমানে ৷ চাৰিৰপৰা পাঁচদিনৰ ভিতৰত ই তৰাৰ চাৰিওপিনে  ভ্ৰমণ সমপূৰ্ণ কৰে ৷ বৈজ্ঞানিকসকলে কয় যে প্ৰক্সিমা চেঞ্চুৰী পৃথিৱীৰ আটাইকৈ নিকটতম গ্ৰহ আৰু এই গ্ৰহত জীৱনৰ সম্ভাৱনা আছে ৷

পৃথিৱী সৌৰজগত , সম্পূৰ্ণ আকাশ গংগাতে আমাৰ সকলোতকৈ ওচৰত কিছু হাজাৰ আকাশ গংগা এটা বুৰবুৰণিত চলি আছে , যিটো ২৫০মিলিয়ন আলোকবৰ্ষত ব্যাপ্ত আছে ৷ য'ত পদাৰ্থৰ মুল ঘনত্ব ব্ৰহ্মাণ্ডৰ বাকী অংশৰ তুলনাত আধা আছে , এইয়া জেনেভা বিশ্ববিদ্যালয়ৰ UNIGE সিদ্ধান্তিক ভৌতিক বিজ্ঞানীৰ দ্বাৰা সন্মুখত ৰখা হৈছিল যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদঘাটনত বৈজ্ঞানিক সকলক বিভাজিত কৰি ৰাখিছে৷

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদঘাটনৰ কাম কিমান তীব্ৰ গতিৰে হৈছে ? এয়া এক জটিল প্ৰশ্ন কাৰণ হৈতো এতিয়াও আমাৰ বিজ্ঞান ইমান উন্নত হোৱা নাই যাৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ এক অসীম ৰহস্য এতিয়াও ৰহস্যই আছে ৷ হৈতো আমি বিশ্ব ব্ৰহ্মাণ্ডৰ এক ক্ষুদ্ৰ অংশৰ বিষয়েহে জানিব পাৰিছোঁ

                 আগলৈ

📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)