আকৰ্ষণৰ সিদ্ধান্ত - সফলতাৰ ৰহস্য,খণ্ড-০৭

©Admin
0

কাহিনীটোৰ পৰা আপুনি নিশ্চয় বুজি পালে যে কৰ্ম নকৰাকৈয়ে ফলৰ আশা কৰাটো মুৰ্খতা গতিকে আপুনি বিশ্ব ব্ৰহ্মাণ্ডক যি আদেশ দিছে বা বিচাৰিছে সেই বস্তু পাবলৈ হ'লে আকৰ্ষণৰ সিদ্ধান্ত মতে চলাৰ লগতে কৰ্ম আৰু পৰিশ্ৰমও কৰিব লাগিব যিমান কঠোৰ পৰিশ্ৰম কৰিব সিমান সোনকালে আপোনাৰ সপোনও বাস্তৱত পৰিণত হব ৷

কথাটো পোনপটীয়াকৈ কবলৈ গ'লে বিশ্ব ব্ৰহ্মাণ্ডই আপোনাৰ ইচ্ছাৰ পুৰণ কৰিবলৈ তৎপৰ কিন্তু আপনি কৰ্মৰদ্বাৰা সেই বস্তুটো পোৱাৰ যোগ্যতাও অৰ্জন কৰিব লাগিব  ধৰি লওক আপুনি এজন লিখক হোৱাৰ ইচ্ছা কৰিছে কল্পনাও কৰিছে লগতে লিখক হোৱা পাছৰ সুখৰ অনুভৱও কৰিছে কিন্তু যদি আপুনি কোনো দিনেই কলম ধৰি পোৱা নাই বা লিখা নাই আপুনি ভাৱকচোন আপুনি লিখক হব পাৰিবনে ? গতিকে ইচ্ছা কৰক , বিশ্বাস কৰক আৰু কৰ্ম কৰক আকৰ্ষণৰ সিদ্ধান্তই নিশ্চয় কাম কৰিব ৷

         আগলৈ

📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)