তুমি মোৰ নুবুজা সাথঁৰ

Rinku Rajowar
0
তুমি কোৱা, হয় বা নহয় 

তুমিটো জোন নহয়, মই বাওন হৈ তোমাক চুবলে গৈছো । 

তুমিটো নিশব্দ নহয়, মই কোৱা কথাবোৰ উওৰ বিহিন হৈ পৰে ।

মইওটো মানুহ, মই তোমাৰ যোগ্যৰ নহব পৰো, তথাপিও তোমাক ভাল পাওঁ ।

তুমি মোৰ নুবুজা সাথঁৰ, হেবাথুৰি খাইছো তোমাৰ প্ৰেমৰ অন্তসতাত পৰি ।

কাকো কব নোৱাৰি, কলেওনো কোনৰ শুনিব, উপলোঙা কৰিব, তাচিল্য
কৰিব, কিয়নো মোৰ লগৰবোৰ প্ৰেমৰ ৰনাংগনৰ প্ৰকৃত যোঁজাৰো ।

তথাপিও মই কৰো শেষ আশা, 
তুমি কোৱা হয় বা নহয়  । 
                     
        📝 শ্ৰী উৎপল দাস
     কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)