আজিৰ দিনটোৰ বিশেষত্ব ১৫ মে'

©Admin
0

■আজি বিশ্ব পৰিয়াল দিৱস।

■আজি মেক্সিকো, দক্ষিণ কোৰিয়াত শিক্ষক দিৱস।

■১৮৫৯ বিজ্ঞানী পীয়েৰ কুৰীৰ জন্ম।

■১৮৭৩ ইষ্ট ইণ্ডিয়া কোম্পানী ভংগৰ সিদ্ধান্ত।

■১৯১৪ এভাৰেষ্ট জয়ী  পৰ্বতাৰোহী টেনজিং নৰ্কেৰ জন্ম।

■১৯৫৫ কবি , সাহিত্যিক দণ্ডিনাথ কলিতাৰ মৃত্যু।

■১৯৫৬ অসমৰ ৰাজ্যপাল হিচাপে ছৈয়দ ফজল আলীৰ কাৰ্যভাৰ গ্ৰহণ।

■১৯৬৭ মোহময়ী অভিনেত্ৰী মাধুৰীৰ জন্ম।

■১৯৯৬ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসমত দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদ দলৰ চৰকাৰ গঠন।

■২০১০ ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেৰো সিং শ্বেখৱাতটৰ মৃত্যু।

■২০১৫ ভাৰত-চীনৰ মাজত ২৪ খন দ্বি-পাক্ষিক চুক্তি সম্পন্ন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)