মিছা

©Admin
0
মিছা মাছ  মিছা মাছ
তই জানো সঁচা
তই যদি সঁচা মাছ
ককাল ঘূৰাই নাচ ৷

হেৰৌ মিছা
তোকনো কোনে ভাল পাই ?
মিছা তই
তোৰো আছে ভিন্ন প্ৰজাতি ৷

তই থাক মাছৰে লগত
পাৰলৈ উঠালেই তোৰ 
সকলো মিছা
মিছা তই সঁচাকৈয়ে মিছা ৷


📝মহেন শইকীয়া
 প্ৰধান শিক্ষক
 নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)