ভতুৱা কুকুৰ

©Admin
0
হেৰৌ ভতুৱা কুকুৰ
তই কিয় ভুকভুকাই থাক
তোক দেখোন মেকুৰীয়েও নকৰেভয়
তাপোক তাপোক দিয়ে চৰ ৷

তই বুঢ়া হ'লেে
তোক কোনেও নিদিয়ে আখৈ
তোৰ দেহত লাগিল ফাপৰ
তই থাক ফেকুৰি 
তই থাক অবাবতে কাজিয়া কৰি ৷


📝মহেন শইকীয়া 
প্ৰধান শিক্ষক 
নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)