আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
২৭ বহাগ, ৰবিবাৰ,ইং ১০ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪৮/৩০সূৰ্য্যাস্ত ঘ:৫/৫০/৬

ৰাশি -  বৃশ্চিক ৰাশি।ঘ: ৭/৩৮/৪২ যোৱাত ধনু ৰাশি।
তিথি - কৃষ্ণা তৃতীয়া।ঘ:১১/৯/৩৭লৈ।
নক্ষত্ৰ  - জ্যেষ্ঠা ,ঘ: ৭/৩৮/৪২ লৈ।
আদ্যঋতু হলে - পতিহীনা যোগ।
যাত্ৰা - অগ্নি কোনত নাই । ,ঘ:১১/৯/৩৭ যোৱাত নৈঋত  কোনত নাই।
যোগিনী -  অগ্নি কোনত  । ,ঘ:১১/৯/৩৭ যোৱাত নৈঋত  কোনত ।
মৰণত দোষ - এপদ ।
ভক্ষাভক্ষ্য -  মুলা, পটল খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, মানসিক শান্তি লাভ কৰিব যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ লাভ হব, ক্ষ্যাতি লাভ হব, যদিও সামান্য আৰ্থিক অভাৱ বৃদ্ধিৰ  যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ আনন্দ লাভ হব, বন্ধুৰ সহায় লাভ হব, যদিও সামান্য মানসিক ক্লেশ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত ধন সঞ্চয় হব, যদিও সামান্য কৰ্মৰ পৰিৱৰ্তন হব পাৰে লগতে সজাগ নহলে ঘৰুৱা বিবাদ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ভোগ বিলাস বাঢ়িব, যদিও সামান্য অৰ্থৰ ক্ষয়তি হব পাৰে, লগতে মনত চিন্তা বৃদ্ধিৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনত সুযোগ লাভ কৰিব  লগতে, সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব, আৰ্থিক দিশত মধ্যম লগতে প্ৰাপ্তিৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কিনা বেছাত শুভ, যদিও জুই পৰা সাৱধান হব।  
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে সজাগ নহলে সম্পদ হানি হোৱাৰ  যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বস্ত্ৰ লাভ হহ, সমস্যাৰ সমাধান হব , যদিও সজাগ নহলে সামান্য দেহ মনত আঘাট পোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত বন্ধুৰ সহায় লাভ হব, মনত শন্তি লাভ হব, লগতে শুভ সংবাদ লাভৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ হব, শুভ বুদ্ধিৰ উদয় হব যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪
 যোগাযোগ -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)