মোৰ চকুৰ নৈখন

©Admin
0
তোমাক বিচাৰিছো
ঈশ্বৰৰ কোঠালীৰ দুৱাৰ-খিৰিকীত
মোৰ ভগ্ন হিয়াখনত

তোমাক বিচাৰি
মই ভাগৰি পৰিছো
মোৰ চকুৰ নৈখনত

 তুমি শুই আছা
বন্ধ কফিনৰ ভিতৰত
মই দেখিছোঁ তোমাৰ মৃত চকুত
মোৰ ভবিষ্যতৰ নিস্তব্ধ পৃথিৱী

📝পিঙ্কু ৰাজবংশী ,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)