পৰিক্ৰমা

©Admin
0
 শৈশৱৰ পৰা এটিয়ালৈকে
পঢ়া শুনা - শৈশৱত বিদ্যালয়ত  নাম লগোৱাৰ পৰা পঢ়া শুনা কৰিবলৈ বৰ মন নগৈছিল কিন্তু লগৰ বোৰ পাছ হৈ গলে আমি সৰুবিলাকৰ লগত পঢ়িব লাগিব বুলি, ঘৰত ধমক খাম বুলি ভাবি পৰীক্ষা সময়ত দুদিনমান আগৰ পৰা পঢ়ি পাছ কৰি গৈ আছিল, সেই পৰিক্ৰমান বহুত ছোকা ল'ৰা ছোৱালী আধা সময়তে পঢ়া সামৰিছিল । বিভিন্ন সমস্যাৰ মাজৰে আমি পঢ়া শুনা কৰি দিগ্ৰী কৰিলো, ইয়াত বহুত ঘাট প্ৰতিঘাট পাৰ হৈছিল ।

খেল- সৰুৰে পৰা খেলা ধুলা কৰি শৈশৱব পাৰ কৰিছিলো আমি, ৰবাব তেঙা আৰু পলিঠিং মেৰিয়াই মেৰিয়াই ফুটবল বনাই ধাননি পথাৰৰ নৰাৰ ওপৰত খেলা ধুলা কৰি আকৌ পিছত বাহৰ মুহাৰে ক্ৰিকেট বল বনাই কাঠ কাতি বেট বনাই খেলিছিলো সিমিত সুবিধাৰ মাজেৰে । পিছলৈ লিগ পয্যয়ৰ খেল খেলিছিলো । আমি ক্লাব খোলি অঞ্চলটোত খেলৰ দিশত আগবাঢ়াই নিছিলো । আমাৰ এটা সংঘ আছিল বহু খেলাত অংশ গ্ৰহন কৰিছিলো আৰু অন্য  অন্য সাস্কিৃতি অনুস্থান হৈছিল ।

মনোঞ্জন-   আমি অভিনয়, গীত, এংকৰিং, ভাওনা আদি কৰি অঞ্চলটো অনুস্থানিক ভাৱে সাস্কিতিক ক্ষেতত আগ বঢ়াই নিবলৈ যত্ন কৰিছিলো । বহু কস্ত কৰি  বাঁহ কতি ৰভা দি অনুস্থান কৰাৰ উদাহৰণ আছে ।

জীৱিকা-   জীৱিকা আৰু সমাজিক অৰ্থনৈতিক ক্ষেতত যোগদান আগঢ়াছো, জীৱন জীবিকা লক্ষ্য কৰি সথিক ভাবে সহযোগ কৰি চৰকাৰি বেচকাৰি ভাবে কাম কৰি সমাজ উন্নতি কৰিছো ।
    এইয়াই জীৱন পৰিক্ৰমা আমাৰ ।
 
📝উৎপল দাস ,কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)