নৱজাগৰণলৈ উপহাৰ

Rinku Rajowar
0
সকলো ধংশ কৰি
    নিনিবা গুণ 
মানব জাতিয়ে 
   শেষ হব দেখুন ।

নাভাঙিবা , নিনিবা,
  নেপেলাবা সকলো বস্তু  
নিৰীক্ষণ কৰা, নিমান কৰা ,
    উন্নত হব বহুতো ।

অন্যায় এৰিবা ,
    আনক সহায় কৰিবা ,
নোৱাৰিলে ধংশ নকৰি
     হাতে হাত ধৰি বহিবা ।

দৰিদ্ৰ নিচ হৈ 
    অধ ; পতনলৈ নাজাবা ,
চেষ্টা কৰি জীৱন বাতত
    আগ বাঢ়ি যোৱা ।

আজি আছোঁ কালিলৈ নাই
      ভাবি নৰবা ,
ভৱিষ্যতলৈকে অনুশীলন
       কৰি যাবা ।

আধৰুৱা বাটত তুমি
     থমকি নৰবা ,
কঠিন হলেও‍
      আগুৱাই যাবা ।

জীৱনটো মূল্যৱান কৰা
        গভীৰ সাহসী হোৱা ,
ভবিষ্যতে হীৰা দৰে
         জিলিকি ৰবা ।

📝শ্ৰীমতী ৰিমকি চুতীয়া ( ধেমাজি , চিচিবৰগাওঁ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)