🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞
২জেঠ, শনি বাৰ,ইং ১৬মে ২০২০।
সূৰ্য্যোদয় ঘ:৪/৪৫/১৪সূৰ্য্যাস্ত ঘ:৫/৫৩/১৪
ৰাশি - কুম্ভ ৰাশি।
তিথি - কৃষ্ণা নৱমী।ঘ:১১/৫১/১৪লৈ।
নক্ষত্ৰ - শতভিষা ঘ: ৩/০০ /১৮লৈ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা - পূৱ দিশত নাই । ,ঘ:১১/৫১/৪১ যোৱাত উত্তৰ দিশত নাই।
যোগিনী - পূৱ দিশত । ,ঘ:১১/৫১/৪১ যোৱাত উত্তৰ দিশত ।
মৰণত দোষ - এপদ, ঘ: ৩/০০/১৮ যোৱাত এপদ।
ভক্ষাভক্ষ্য - লাও,কলমৌ খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, কৰ্মব্যস্ততা বাঢ়িব, লগতে শত্ৰু ক্ষয় হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ সব, যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে ভ্ৰমনত সামান্য বাধাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, বন্ধুৰ সহায় লাভ হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, ধন আগমন হব, যদিও প্ৰেমত সামান্য বাধা হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, সজাগ নহলে মিছা অপৱাদ পাৱ পাৰে যদিও শত্ৰু হানি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব,শুভ সংবাদ লাভ হব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত উন্নতি হব, লগতে আত্মীয়ৰ আগমন হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, ন্যাৰ্য্য প্ৰাপ্তি হব, লগতে সামান্য আৱেগিক হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মবিশ্বাস বাঢ়িব, শত্ৰু হানি হব, যদিও সামান্য এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ, বন্ধু লাভ হব, যদিও মনত সামান্য উৎসাহ কমাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী, গুৱাহাটী -১৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ