মহানায়ক - এক অৱাস্তৱিক ধাৰাবাহিক , খণ্ড - ০৯

©Admin
0


আপোনাক চীন দেশত স্বাগতম জনাইছো মহানায়কে আচৰিত হৈ সুধিলে আৰে তুমি অসমীয়া কবলৈ জানা কেনেকৈ ? ল'ৰাজনে হাঁহি এটা মাৰি ক'লে " মই অসমৰে চীন দেশত বাস কৰা ন বছৰ হ'ল বাৰু তুমি চীন দেশত আৰু তুমি দেখোন চুপাৰ হি'ৰ অসমৰ প্ৰথমটো চুপাৰ হি'ৰ বাঃ কি মজাৰ কথা " মহানায়কে ক'লে " মই বুহানৰ মেডিকেল কলেজলৈ আহিছোঁ কৰ'নাৰ অস্তিত্ব বিচাৰি বাৰু তোমাৰ নাম কি ? ল'ৰাজনে ক'লে " মোৰ নাম আকাশ দাস তুমি যিটো মিছনত আহিছা এইয়া ইমান সহজ নহয় চাইনা গভৰ্ণমেণ্টে গম পালে তোমাৰ কাৰণে ক্ষতিকাৰক হব " মহানায়কে ক'লে মোৰ কি হব সেইটো পাছৰ কথা যিয়েই পৰিস্থিতি মোৰ আগত নাহক কিয় মই পিচ হুহুঁকি নাযাওঁ " আকাশে মহানায়কৰ সাহস দেখি ক'লে " এই মিছনত মইয়ো তোমাক পৰাপক্ষত সহায় কৰিম " মহানায়কে টাৰ কান্ধত হাত ৰাখি " তোমাক লগত লৈ মই ৰিস্ক নলওঁ তুমি ঘৰলৈ যোৱাগৈ এই মিছন মই অকলেই পুৰা কৰিব পাৰিম " আকাশে নিজকে স্মাৰ্ট দেখোৱাই ক'লে " মই বুজিছো তুমি কিয় মোক মানা কৰিছা ডণ্টৱৰী মইয়ো কম নহয় মই হুজু জানো একেলগে দহজনক বজাব পৰা ক্ষমতা মোৰ আছে প্লিজ মোক এই মিছনত লগত লৈ লোৱা আৰু তুমি বুহানৰ বিষয়ে একো নাজানা সেইকাৰণে মই তোমাৰ লগত থাকিব বিছাৰোঁ " মহানায়কে উপাইহীন হৈ আকাশক ক"লে ঠিক আছে বাৰু তেন্তে বলা বুহান মেডিকেললৈ যাওঁ " আকাশে ক'লে " এতিয়া নহব ৰাতি যাব লাগিব তেতিয়াহে ইনভেস্টিগেচন ভালদৰে কৰিব পৰা হব দিনৰ ভাগত চিকুৰেটী টাইট থাকে এতিয়া আমাৰ ঘৰলৈ বলা " মহানায়কে কিছু সময় ভাৱি আকাশক লগত লৈ উৰা মাৰিলে আকাশৰ ঘৰ পাই মহানায়কক মাক বাপেকৰ লগত চিনাকী কৰাই দিয়ে আকাশৰ দেউতাকে ক"লে তুমি কিন্তু বহুত ডাঙৰ ৰিস্ক লৈছা এই মিছনত তোমাৰ প্ৰাণও বিপদত পৰিব পাৰে " মহানায়কে ক'লে " যিদিনাখন মই মহানায়ক হৈছিলো সিদিনাই মই প্ৰতিজ্ঞা কৰিছিলো যে মই মোৰ হিতৰ কথা নাভাবি মানৱতাক সুৰক্ষা দিম আৰু এইক্ষেত্ৰত মোৰ প্ৰাণও যদি যায় যাওক তথাপিও মই পাছ নুহুহুঁকো " আকাশৰ দেউতাকে ক'লে " সুন্দৰ তোমাৰ দৰে বীৰৰ সমাজত প্ৰয়োজন আছে গতিকে যি কাম কৰিবা সম্পূৰ্ণ প্লানৰ সৈতে কৰিবা কাৰণ তোমাৰ প্ৰাণ আমাৰ বাবে মূল্যৱান চ' বি কেয়াৰফুল " ৰাতি হ'ল মহানায়ক উৰা মাৰিব লওঁতে পাছফালৰপৰা আকাশে চিঞৰিলে " হেল্প মোক লগত নিবলৈ পাহৰিলা নেকি ? মহানায়কে মিচিকিয়া হাঁহি মাৰি ক'লে তুমি শুৱাই নাই " আকাশে ক'লে কেনেকৈনো শুম ইমান ডাঙৰ মিছনত ভাগ লৈছো " মহানায়কে " আহা মোৰ জেকি চেইন বুলিকৈ তাৰ হাতত ধৰি আকাশলৈ উৰা মাৰিলে ৷

আগলৈ


📝ভাস্কৰ কায়স্থ

      সহযোগীী

    দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)