আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
৯জেঠ, শনিবাৰ,ইং ২৩মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪২/৭সূৰ্য্যাস্ত ঘ:৫/৫৬/৫৭

ৰাশি -     বৃষ ৰাশি ।
তিথি - শুক্লা প্ৰতিপদ।ৰা:ঘ:১১/২৯/১লৈ।
নক্ষত্ৰ  - ৰোহিনী। অহোৰাত্ৰ
আদ্যঋতু হলে - পতিহিতা যোগ।
যাত্ৰা - পূৱ দিশত নাই । ,ৰা:ঘ:১১/২৯ /১১  যোৱাত উত্তৰ দিশত নাই।
যোগিনী -পূৱ দিশত  । ,ৰা:ঘ:১১/২৯ /১১  যোৱাত উত্তৰ দিশত ।
মৰণত দোষ - এপদ ।ৰা:ঘ: ১১/২৯/১১ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য - কোমোৰা  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, যদিও কৰ্ম স্থান পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, গৃহ সুখ বাঢ়িব, লগতে সন্মান লাভৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্য বৃদ্ধি হব, কৰ্মত সফল হব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, লগতে প্ৰেমত মধ্যম হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, শুভ সংবাদ লাভ হব,যদিও সজাগ নহলে শত্ৰু বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ভ্ৰমনত শুভ, যদিও সামান্য সমস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, বিদ্যাৰ্থী সকলৰ শুভ, লগতে সন্মান লাভৰ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব,যদিও মনত সামান্য দু:খ পাৱ পাৰে লগতে ব্যয় বৃদ্ধিৰ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম শুভ, কৰ্মত মধ্যম  যদিও বিবাদৰ পৰা আতৰি থাকক।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, দাম্পত্য সুখ বাঢ়িব, যদিও সামান্য এলাহ বৃদ্ধিৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত খ্যাতি লাভ হব, কৰ্মত সামান্য গুৰুত্ব কমিব পাৰে, লগতে সজাগ নহলে সম্পদ হানি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, সম্পদ লাভ হব, লগতে কৰ্মত সফল হোৱাৰ  যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)