জীৱন

Rinku Rajowar
0
মহামাৰীৰ সংকটত
কালৰ দোমোজাত
জীৱনৰ গতি
পথ ৰুদ্ধ হৈ পৰে
ধনী দুখীয়াৰ বিচাৰ 
জীৱন সংগ্ৰামৰ 
লেখ জোখ কৰি চোৱাৰ
 পৰিধি পৰিসৰৰ বাহিৰত। 

📝নবীন কুৰ্মি, সাপেখাতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)