জীৱনৰ পৰিধি

Rinku Rajowar
0
আতংকৰ কোলাহলত
জীৱন
অস্হিৰ হৈ পৰিছে

সেউজীয়াৰ দলিচাত
অচিনা শত্ৰুৰ তাণ্ডৱত
জীৱন সীমিত হৈছে

এতিয়া 
জীৱনৰ পৰিধি
কেৱল মাক্সৰ ভিতৰত আৱদ্ধ 

উশাহবোৰো মোৰ
নিশাহবোৰো মোৰ

জীৱন মোৰ 
এতিয়া মাথোঁ মোৰ

মোৰ জীৱন নহয় 
কোনো শত্ৰুৰ কামনাত 
নতশিৰত।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)