অসফলতা

Rinku Rajowar
0
কাৰোবাক আপোন কৰাৰ হেপাহত
আজি দুৰভগীয়া হৈ পৰিছো
সেই মন্দিৰৰ কাষত ভিখাৰ পাত্র লৈ
এমুঠি সচাঁ প্রেম বিচাৰি হাবাথুৰি খাইছো
সেই অঘৰী আত্মা ৰ দৰে
এই মায়াৰ বজাৰত।
মোৰ মূল্যহীন ভালপোৱা বোৰ
গচকি বাগৰি পাৰ হৈছে
কঠোৰ  ভাষাৰে আঘাত সানিছে  
মোৰ প্ৰেমৰ প্রত্তোতৰ বোৰ। 
তথাপিও মনে নামানে 
কাৰোবাক আপোন কৰাৰ হেপাহ
আজিও জাগে... 
তুমিতো নোবোজা  ? 
মোৰ ভালপোৱা বোৰ  সচাঁ নে
অভিনয়ৰ  প্রেম... 

    📝বিশাল নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)