মহানায়ক - এটা অৱাস্তৱিক ধাৰাবাহিক (খণ্ড - ০৮)

©Admin
0

মহানায়ক চীনদেশৰ বুহান নগৰত নামিলেহি জীৱনত কোনো দিনেই নেদেখা চাইনিজ মানুহৰ দেশত ভৰি দিয়াৰ বাবে মনত কিছু ভয়ভাৱ উৎপন্ন হৈছে যদিও নিজকে সান্তনা দিবলৈ জুবিনৰ বিহুগীত এটাকে গুণগুণাই গুণগুণাই আগবাঢ়ি গৈ আছে ৷ সি চাৰিওপিনে চকু ফুৰাই আৰু নিজকে কয় " ক'ত আছে বুহান মেডিকেল বিশ্ববিদ্যালয়খন ইমান ওখ ওখ চাইনীজ বিল্ডিং বোৰ আহ বিশ্বক কৰ'না ভাইৰাছ দি নিজে নিচিন্তে কামত ব্যস্ত হৈ আছে ": এনেদৰে ওপৰলৈ চাই চাই গৈ থাকোতে হঠাৎ চাইনিজ ছোৱালীৰ সৈতে খুন্দা খাই ইজনে সিজনক চকুৱে চকুৱে চাবলৈ ধৰিলে চাইনিজ গৰাকীয়ে মোক চাই মিচিকিয়া হাঁহি মাৰি চিঁয়া চুং চক ভংচউ বুলি কোৱাৰ লগেলগে কৰবাৰ পৰা এজাক ছোৱালী আহি মহানায়কক চাৰিওফালৰপৰা বেৰি ধৰি চাইনিজ কম্ফোৰ পজ লৈ হাঁহিবলৈ ধৰিলে মহানায়কে নিজকে কয় " বাপৰে চাইনিজ কম্ফো আজি অসময়ত মৰাটো মোৰ নিশ্চিত কি কৰোঁ এই চাইনিজ কেইটাই চাৰিওফালৰপৰা মোক আগুৰি ধৰি চিঁচ চিঁচ কৰি কৰি মোৰ ফালে আহি আছে নাই নাই মই ইণ্ডিয়ান হওঁ ইণ্ডিয়ান আৰু এনেও চাইনিজ বস্তু আৰু চাইনিজ মানুহৰ গেৰেণ্টী ৱাৰেণ্টী নাই গতিকে মই ফাইট কৰিম এইবুলি কৈ  চাইনিজকেইটালৈ চাই " আহ বে ইণ্ডিয়ান চুপাৰহহিৰ'ৰ লগত পাংগা লোৱাৰ শাস্তি আজি ভালকৈ দিম চাইনীজ এনেতে এটা প্ৰহাৰ কৰিবলৈ লওঁতে মহানায়কে লেজাৰ লাইট এৰিলে লগেলগে চাইনীজ টো বিকট চিঞৰ মাৰি দুৰৈত গৈ পৰিল বাকী কেটাই তাকে দেখি একেলগে প্ৰহাৰ কৰিলে কিন্তু কি হব ইণ্ডিয়ান লেজাৰৰ আগত চাইনিজ কম্ফো ফেইল মাৰিলে গোটেইকেইটা বৰষুণ পৰাদি এটাএটাকৈ ওপৰৰপৰা পৰিলত সিহঁতে ভয়তে পলাই পত্ৰং দিলে মহানায়কে তাকেই দেখি খুউব জোৰকৈ হাঁহিবলৈ ধৰিলে এনেতে চাইনিজ সৰু ল'ৰা এটা আহি মোক সিহঁতৰ পৰম্পৰামতে নমস্কাৰ জনাই হাতখন আগবঢ়াই দি ক'লে-

(  বাকী অংশৰ বাবে অহাসপ্তাহলৈ অপেক্ষা কৰক)


 📝ভাস্কৰ কায়স্থ                                  সহযোগী দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)