মানৱতা

©Admin
0

প্ৰকৃতিৰ বুকুত সৃষ্টি  হোৱা 
অকৃত্ৰিম সৃষ্টি মনুষ্য

 সভ্যতাৰ সোঁতত বৈ নিজকে
কৰিলে অলংকৃত জীৱশ্ৰেষ্ঠ
যান্ত্ৰিকতাৰ যুগত গীত গাই মানৱতাৰ
মনুষ্যই হেয়জ্ঞান কৰিলে   নিজকে 
দেৱতাৰ
কোলাহল প্ৰকৃতিৰ 
নুশুনে কেৱ

প্ৰকৃতিয়ে কয় বচোৱা আমাক
জীৱন আমাৰো কাম্য

এতিয়া শান্ত প্ৰকৃতি
আৱদ্ধ মানুহ
তান্দব ভয়াবহতাৰ, 
অসুষ্ট পৃথিৱী
মানৱতাৰ গীতত ক্ৰন্দন ।

📝বিতোপন চবৰ 
    ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)