বাৰিষা

©Admin
0
বৰষুণৰ বতৰা পাই
বৰ ভেকুলাই টোৰটোৰালে
কৃষক ৰাইজ ওলাল
খেতি কৰোগৈ বুলি ৷

বৰষুণ আহিলে বৰ ভয় লাগে
বিজুলী ঢেৰেকণিৰে
পৃথিৱী কঁপাই তোলে। 
বোকাময় বাটপথ
ওলাব নোৱাৰে ৷
ই যে প্ৰকৃতি নিয়ম
ধৰালৈ আহিব বৰষুণ ৷
খাল বিল নদ-নদী হয় ভৰপুৰ 
গছে বনে প্ৰকৃতিও হয় শুৱনি ৷

📝মহেন শইকীয়া 
    প্ৰধান শিক্ষক
 নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)