আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৪ জেঠ ,বৃহস্পতি বাৰ,ইং ২৮ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪১/৩৫সূৰ্য্যাস্ত ঘ:৫/৫৮/৩৪

ৰাশি - কৰ্কট ৰাশি।ৰা:ঘ: ৩/২২/২৯ যোৱাত সিংহ ৰাশি।
তিথি - শুক্লা ষষ্ঠি।ৰা:ঘ: ৮/৪৯/৩৮ লৈ।
নক্ষত্ৰ  - অশ্লেষা ,ৰা:ঘ:৩/২২/২৯ লৈ।
আদ্যঋতু হলে -  কান্তা  যোগ।
যাত্ৰা - পশ্চিম দিশত  নাই।  ৰা: ঘ: ৮/৪০/৩৮ যোৱাত বাযুকোনত নাই ।
যোগিনী - পশ্চিম দিশত ।  ৰা: ঘ: ৮/৪০/৩৮ যোৱাত বাযুকোনত  ।
মৰণত দোষ - নাই ।
ভক্ষাভক্ষ্য -  নিমতিতা খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, ভ্ৰমনৰ সুযোগ লাভ হব যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত অস্থিৰতা বাঢ়িব পাৰে, মনৰ আশা ভংগ হব পাৰে, লগতে বন্ধু বিশ্বেদৰ  যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, লগতে যশস্যা লাভৰ  যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় বাঢ়িব, সজাগ নহলে সন্মান হানি হোৱাৰ লগতে প্ৰতাৰিত হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ভ্ৰমনৰ সুযোগ লাভ কৰিব, লগতে ৰোগাৰোগ্য হোৱাৰ  যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগত সজাগ নহলে প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ধন মান লাভ হব, কৰ্মত সফল হব, যদিও সামান্য মনৰ কষ্ট পোৱাৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ সুখ বাঢ়িব, সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন বৃদ্ধি হব, অৰ্থ লাভ হব, লগতে মনৰ উদ্দীগ্নতা বৃদ্ধিৰ  যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত শত্ৰু হানি হব, সন্মান লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)