তুমি মিঠা এটি গান
গাই মোৰ
হেপাঁহ নপলাই ।
তুমি ধুনীয়া এটি ছবি
চাই মোৰ
চকু নিবিখাই ।
তুমি কোমল বতাহ
মোৰ দেহৰ ভাজে ভাজে
বিয়পি থাকা ।
তুমি আদৰৰ সোণৰ দলিছা
তোমাৰ বুকুত পাওঁ
সুখ যুগমীয়া ।
📝শ্ৰীমতী ৰিমকি চুতীয়া
ধেমাজি, চিচিবৰগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ