জ্যোতিপ্ৰসাদৰ জয়মতী,খণ্ড -০২

©Admin
0

শিল্পী অভিনেতা বিচাৰি জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সময়ৰ বাতৰি কাকত বাগ্মীবৰ,নীলমণি ফুকনৰ " বাতৰি " আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ " তিনিদিনীয়া " ত বিজ্ঞানপন দিছিল বহুতেে পুৰুষ চৰিত্ৰ অভিনয় কৰিবলৈ গৈছিল যদিও জ্যোতিপ্ৰসাদৰ দৃষ্টিত নিৰ্বাচন নহল ৷ মহিলা শিল্পী কোনো নাহিল ৷ জয়মতীৰ বাবে নিৰ্বাচিত হ'ল বৰ্তমান গুলাঘাট জিলাৰ পানীদিহিঙীয়াৰ নীলাম্বৰ সন্দিকৈৰ কন্যা আইদেউ সন্দিকৈ ৷
১৯৩১ চনত বোম্বেৰ " মেজিষ্ট্ৰেক " চিত্ৰগৃহত ভাৰতৰ সৰ্বপ্ৰথম সবাক ছবি " আলম আৰা " মুক্তি পোৱাৰেে পাছত ১৯৩৩-৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহবাগিচাত ভগ্ন কলঘৰত " চিত্ৰবন " নামেৰে প্ৰথম অসমীয়া কথাছবি প্ৰতিষ্ঠান " চিত্ৰলেখা মুভিটন " আৰম্ভ কৰে জ্যোতিপ্ৰসাদে লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটখনৰ ছবি ৰূপ দিবলৈ ব্যৱস্থা কৰে ৷                                                          আগলৈ

📝মহেন শইকীয়া



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)